উপজনন (Assamese) [ Roman: u.po.jo.non]
    Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-22
    1. (Abstract Noun) the process of giving birth to a child সন্তান জন্ম দিয়াৰ প্ৰক্ৰিয়া
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
    2. (Abstract Noun) the event of coming to life. জীৱিত অৱস্থা প্ৰাপ্ত হোৱা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    3. (Verbal Noun) The act of starting something for the first time; introducing something new. কোনো বস্তু পোন-প্ৰথম বাৰৰ কাৰণে আৰম্ভ হোৱা বা কৰা কাৰ্য্য