ইং (Deori) [ Roman: ing]
Contributed by: Himasri Das on 2022-11-12
2. (Interjection) used to express affirmation or assent or to mark the addition of something emphasizing and amplifying a previous statement কোনো কথাৰ প্ৰতি সমৰ্থন বা সন্মতি বুজাবলৈ বা আগেয়ে দিয়া কোনো বক্তব্যৰ সৈতে একমত থকা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ
Contributed by: Barnali Deuri Bora on 2011-03-09
3. (Material Noun-Neuter) Fabric or material formed by weaving, knitting, pressing, or felting natural or synthetic fibers. প্ৰাকৃতিক বা কৃত্ৰিম আঁহেৰে বোৱা, গোঁথা আদি প্ৰক্ৰিয়াৰে তৈয়াৰী এক বস্তু৷