অনিল (Assamese) [ Roman: o.nil]
    Contributed by: ৰূপকমল on 2007-12-20
    1. (Abstract Noun) A colorless, odorless, tasteless, gaseous mixture, mainly nitrogen (approximately 78 percent) and oxygen (approximately 21 percent) with lesser amounts of argon, carbon dioxide, hydrogen, neon, helium, and other gases. This mixture with varying amounts of moisture and particulate matter, envelops the earth. কেইবাবিধো গেছীয় পদাৰ্থৰ এক বৰ্ণহীন, স্বাদহীন মিশ্ৰণ, য’ত প্ৰধানকৈ নাইট্ৰোজেন (প্ৰায় ৭৮ শতাংশ) আৰু অম্লজান বা অক্সিজেন (প্ৰায় ২১ শতাংশ) থাকে আৰু লগতে থাকে আৰ্গন, কাৰ্বন-ডাই-অক্সাইদ, হাইদ্ৰোজেন, নিয়’ন, হিলিয়াম আৰু অন্য কেতবোৰ গেছৰ সামান্য অংশ ৷ ভিন্ন পৰিমাণৰ জলীয় বাষ্প আৰু গোটা বস্তুৰ কণিকাৰে সৈতে এই মিশ্ৰণটোৱে পৃথিৱীখনক আৱৰি থাকে ৷
    Contributed by: Bikram M Baruah on 2007-12-20
    2. (Material Noun-Neuter) Moving air, especially a natural and perceptible movement of air parallel to or along the ground. গতিশীল বায়ু, বিশেষকৈ ভূমিৰ সমান্তৰালকৈ বোৱা বায়ুৰ স্বাভাৱিক আৰু গমিব পৰা গতি