অগ্নিবাহন (Assamese) [ Roman: og.ni.ba.hon]
    অগ্নি দেৱতাৰ বাহন 'ছাগলী', সেয়ে এই নাম৷
    Contributed by: Anjali Sonowal on 2009-10-08
    1. Animal(Common Noun) a two horned hervivorous domestic medium sized animal domesticated for milk and meat. গাখীৰ আৰু মাংসৰ কাৰণে পোহা দুটা শিং থকা মজলীয়া আকৃতিৰ এবিধ তৃণভোজী জন্তু