ভাস্কৰজ্যোতিভাস্কৰ্যবিদ্যা

ভাস্কৰাব্দ (Assamese) [ Roman: bhas.ko.rab.do]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-18
1. Customs(Abstract Noun) Era counted from Kumar Bhashkar Barman of Kamrupa. It differs 593 years with chrishtian era. কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজ অভিশেষৰ পৰা এই বছৰ গণনা হয়৷ খ্ৰীষ্টান বছৰৰ তুলনাত ই ৫৯৩ বছৰ পাছ পৰা৷