জিভাজিভা-গুটি গছ

জিভা-কেঁকুৰি (Assamese) [ Roman: JI.BHA.KE~.KU.RI]
Contributed by: Partha P Sarmah on 2007-08-30
1. (Abstract Noun) a word,phrase or sentence that is diffircult to pronounce quickly and correctly e.g. 'She sells sea shells on the sea shore.' খৰকৈ আৰু শুদ্ধকৈ পঢ়িবলৈ বা উচ্চাৰণ কৰিবলৈ অসুবিধা হোৱা শব্দ, বাক্যাংশ বা বাক্য। যেনেঃ‎"লাও পুলি লৰাই ৰুলোঁ, ৰুলোঁ লৰাই লফা, ঘূৰাই ঘূৰাই উৰাই ঘূৰাই তাঘূৰ ঘূৰাই মাতা"৷ আকৌ, লল লতি লতি তিল, লল লতি লতি তিল, লল লতি লতি তিল, লতি তিল লতি তিল,লল লল লল লল ল।