পাগহালিপাগুলি খা
পাগুলি (Deori) [ Roman: pa.gu.li]
1. (Verb-Trans.) to crush food into smaller, softer pieces with the teeth so that it can be swallowed
দাঁতৰ সহায়ত খোৱা-বস্তু সৰু, কোমল টুকুৰালৈ ৰূপান্তৰিত কৰ্ যাতে গিলিব পৰা যায়
দাঁতৰ সহায়ত খোৱা-বস্তু সৰু, কোমল টুকুৰালৈ ৰূপান্তৰিত কৰ্ যাতে গিলিব পৰা যায়
2. (Verb-Trans.) Chewing cud or hallf digested food returned to the mouth for further chewing by ruminant animals like cow, camel, etc.
গৰু,উট আদি জন্তুৱে আধা খোৱা আহাৰ প্ৰথম পাকস্থলীৰ পৰা উলিয়াই আকৌ চুবাই খোৱা কাৰ্য
গৰু,উট আদি জন্তুৱে আধা খোৱা আহাৰ প্ৰথম পাকস্থলীৰ পৰা উলিয়াই আকৌ চুবাই খোৱা কাৰ্য