Dictionary > offline >

বিছিন্নতাঁৰ শব্দ অভিধান, প্ৰস্তাৱনা সংষ্কৰণ

অসমীয়া-ইংৰাজী দ্বিভাষিক অভিধান

"শব্দ" উত্তৰ-পূৱ ভাৰতৰ ভাষাসমূহৰ একমাত্ৰ সতাঁৰ অভিধান। "শব্দ"ৰ পৰা তথ্য লৈ এই "অসমীয়া-ইংৰাজী দ্বিভাষিক বিছিন্নতাঁৰ শব্দ অভিধান" খন সজোৱা হৈছে। "ৰাইজ" এই অভিধানখনৰ মূল চালিকাশক্তি। ৰাইজেই এই অভিধানখনত তথ্যৰ যোগান ধৰিছে। অভিধানখনত ভুল তথ্য আপোনাৰ পৰিলক্ষিত হ'লে বিতৰ্কলৈ যোৱাৰ আগতে অনুগ্ৰহ কৰি আমাক জনাওক বা সদস্যভূক্ত হৈ আপুনি শুধৰাই দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ লগতে ভৱিষৎ প্ৰজন্মৰ উপকাৰ হব। তথ্যত থকা ভুল-ভ্ৰান্তিৰ বাবে "বিছিন্নতাঁৰ শব্দ অভিধান" নিৰ্মাতা দায়ী নহয়। সঁজুলি নিৰ্মাতা শব্দসংঘৰসমূহ সদস্যৰ ওচৰত কৃতজ্ঞ।

        শ্ৰী নৱনাথ চহৰীয়া, অসম, navanathsaharia@gmail.com

        শ্ৰী পল্লৱ শইকীয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, pallavsa@gmail.com

        শ্ৰী বিক্ৰম ম. বৰুৱা, মালেছিয়া, bikram98@gmail.com

        শব্দ.সংঘ, admin@xobdo.org


ডাউনলোড বিছিন্নতাঁৰ শব্দ অভিধান


কেনেকৈ সংস্থাপন কৰিব

১. প্ৰথমতে "Lohit Assamese" নামৰ ফন্টটো আপোনাৰ কম্পিউটাৰত সংস্থাপন কৰক। [ডাউনলোড "Lohit Assamese" ফন্ট]
২. এই লিংকত থকা ফাইলটো ডাউনলোড কৰক আৰু আপোনাৰ কম্পিউটাৰত সংস্থাপন কৰক। [ডাউনলোড]
৩. এতিয়া এই ফাইলটোত একেৰাহে দুবাৰ ক্লিক কৰক আৰু পৰ্দাত অহা বিধানবোৰ অনুসৰণ কৰক।


বিছিন্নতাঁৰ শব্দ অভিধানৰ সুবিধাসমূহ


১. ইংৰাজী বা অসমীয়া দুয়োটা ভাষাতেই শব্দৰ অৰ্থ বিচাৰিব পৰা ব্যৱস্থা।
২. আগৰ বা পিছৰ শব্দটো পুনৰ চাব পৰা ব্যৱস্থা।
৩. সমাৰ্থক শব্দত (Synonym) ক্লিক কৰি অৰ্থ বিচাৰিব পৰা ব্যৱস্থা।


পিছৰ সংষ্কৰণৰ বাবে আচনি
১. অভিধানৰ লগতে সংলগ্ন ছাবিফলি।
২. শব্দৰ লগতে উদাহৰণৰ ব্যৱস্থা।
৩. শব্দৰ ৰূপতাত্ত্বিক বিশ্লেষণ(Morphology Analysis)

আপোনাৰ গঠনমূলক দিহা পৰামৰ্শ সদা কাম্য