Found 1 proverb(s) beginning with "ৱ"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
ৱক্তত কৰি কাম, লগুৱাৰো বৰ নাম ৷
Even a disciplined and punctual slave can become a famous personality in future.
সময়ৰ কাম সময়ত কৰি, একালৰ লগুৱা অৰ্থাৎ চাকৰেও আনকালত নামী-দামী মানুহ হ'ব পাৰে ৷