Found 2 proverb(s) beginning with "ঋ"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
ঋণ কৰি সাঁচে, অলক্ষীয়ে মূৰত নাচে ৷
A loanee should not plan to save.
যি মানুহে ঋণ লৈ সঞ্চয় কৰিব খোজে, তেনে মানুহৰ উন্নতি নহয়; কাৰণ তেনে মানুহ কেতিয়াও আৰ্থিকভাৱে স্বচ্ছল হ`ব নোৱাৰে।
যি মানুহে ঋণ লৈ সঞ্চয় কৰিব খোজে, তেনে মানুহৰ উন্নতি নহয়; কাৰণ তেনে মানুহ কেতিয়াও আৰ্থিকভাৱে স্বচ্ছল হ`ব নোৱাৰে।
Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
ঋষিৰ শাপত প্ৰাণ যায়, তেও বপুৰাৰ ভেম নেযায় ৷
If someone suffers due to his own misdeeds, but still does not reform himself and continues to do the same again and again, this phrase is said on him.
কোনো ব্যক্তিয়ে যদি নিজ কুকৰ্মৰ ফলত কষ্ট-যাতনা ভুগিবলগীয়া হোৱাৰ পাছতো নিজক শুদ্ধ নকৰি মিছা ভেম দেখুৱায় আৰু আগৰ দৰেই চলে, তেনেস্থলত এইদৰে কোৱা হয় ৷