অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "ৰাখি"
Idiom ফকৰা-যোঁজনাসাগৰৰ ঢৌক বালিভেটা দি ৰাখিব খোজা
To try to prevent something happening or to get done by one, when majority or all others want it to happen or get done.ৰাইজে অৰ্থাত্ বহুলোকে কৰিব খোজা কাম এটাক এজনে বাধা দিবলৈ নিষ্ফল চেষ্টা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-20
Idiom ফকৰা-যোঁজনা
হৰিয়ে নেৰাখিলে জৰিয়ে কি কৰিব!
Medicine can not fetch good result for the patient if the Almighty does not desire so.ভগৱানে ৰক্ষা নকৰিলে দৰৱ-পাতিয়ে কোনো ফল নধৰে৷ Contributed by: Sitaram Upadhyaya on 2015-02-22
Idiom ফকৰা-যোঁজনা
পাবা চৰাই ভাঙিবা পাখি, বঢ়া ভাত নথ’বা ৰাখি |
One should do the work in time, otherwise he may miss the opportunity.সময়ৰ কাম সময়ত কৰি যাব লাগে | সুযোগ পাওঁতেই নকৰিলে কাম সমাধা নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02