☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
অব্যক্ত
(Assamese)
[
Roman:
o.byok.to]
Contributed by:
Biraj Kumar Kakati
on 2009-04-18
1.
(Proper Adj.-Neuter)
Something that has not been disclosed yet. মুক্তভাৱে প্ৰকাশ নকৰা উক্তি, তথ্য বা ৰহস্য ৷
English:
undisclosed
unpublished
unrevealed
Assamese:
অকথন
অকথিত
অনুক্তি
অনুচ্চাৰিত
অন্তৰ্গূঢ়
অপ্ৰকট
অপ্ৰকাশ
অপ্ৰকাশিত
অপ্ৰচাৰিত
অবেকত
অব্যক্ত
নোকোৱা
Dimasa:
baigoya-yahbah
tiya-yahbah