गथ’फोरगद
गथ’सा सान (Bodo) [ Roman: go.tho.sa san]
Contributed by: Bhadra Kumar Brahma on 2025-03-25
गथ’सा सान (Bodo) [ Roman: go.tho.sa san]
Contributed by: Bhadra Kumar Brahma on 2025-03-25
1. (Proper Noun) Children’s Day is celebrated on November 14 every year. This date marks the birth anniversary of independent India’s first Prime Minister Pandit Jawaharlal Nehru as he was very fond of children. Children's day is celebrated on this day in recognition of his lifelong passion and work for children. প্ৰতি বছৰে "চৈধ্য নবেম্বৰ" দিনটো ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱসৰ প্ৰতি শ্ৰদ্ধাজনাই "শিশু দিৱস" হিচাপে পালন কৰা হয় ৷ শিশুপ্ৰাণ "নেহৰু খুৰা" আছিল শিশুসকলৰ অতি আদৰৰ ৷ শিশু দিৱসৰ মূল উদ্দেশ্য হৈছে শিশুসকলৰ উন্নত বিকাশ, শিক্ষা আৰু স্বাস্থ্যৰ বাবে চিন্তা কৰি শিশুসকলক অধিক সুবিধা প্ৰদান কৰা ৷