Please select a verb from the list and click 'Go'
Conjugation Table of লিখ্
Tenses | 0) [] | 1) 1st Person প্ৰথম পুৰুষ [মই] | 2) 2nd Person - Subordinates দ্বিতীয় পুৰুষ - অনাদৰ [তই] | 3) 2nd Person - Peers দ্বিতীয় পুৰুষ - সমনীয়া [তুমি] | 4) 2nd Person - Respectful দ্বিতীয় পুৰুষ - আদৰ [আপুনি] | 5) 3rd Person তৃতীয় পুৰুষ [সি/তাই/তেওঁ] |
---|---|---|---|---|---|---|
0) Incomplete অসম্পূৰ্ণ ৰূপ | লিখি neg.নিলিখি | |||||
1) Present Simple নিত্য বৰ্তমান | লিখোঁ neg.নিলিখোঁ | লিখ neg.নিলিখ | লিখা neg.নিলিখা | লিখক neg.নিলিখক | লিখে neg.নিলিখে | |
2) Present Continous স্বৰূপ বৰ্তমান | লিখিছোঁ neg.নিলিখিছোঁ | লিখিছ neg.নিলিখিছ | লিখিছা neg.নিলিখিছা | লিখিছে neg.নিলিখিছে | লিখিছে neg.নিলিখিছে | |
3) Past Perfect অপৰ্ণ ভূত | লিখিলো neg.নিলিখিলো | লিখিলি neg.নিলিখিলি | লিখিলা neg.নিলিখিলা | লিখিলে neg.নিলিখিলে | লিখিলে neg.নিলিখিলে | |
4) Simple Past স্বৰূপ ভূত | লিখিছিলো neg.নিলিখিছিলো | লিখিছিলি neg.নিলিখিছিলি | লিখিছিলা neg.নিলিখিছিলা | লিখিছিলে neg.নিলিখিছিলে | লিখিছিলে neg.নিলিখিছিলে | |
6) Future ভবিসষ্যৎ | লিখিম neg.নিলিখিম | লিখিবি neg.নিলিখিবি | লিখিবা neg.নিলিখিবা | লিখিব neg.নিলিখিব | লিখিব neg.নিলিখিব |