watch (English) [ IPA: ˈwɑtʃ ASM: ৱাট্চ]
1. Technology-Engineering(Material Noun-Neuter) chronometer worn on the wrist হাতৰ সৰুগাঁথিত পিন্ধা সময় জোখা যন্ত্ৰ
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-03-17
2. (Verb-Trans.) to intentionally bring sth in visual contact চকুৰে নিৰীক্ষণ কৰ্
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-13
3. (Verbal Noun) vigilant guard, as for protection or restraint নিৰাপত্তা অথবা নিয়ন্ত্ৰণ কৰাৰ নিমিত্তে পৰ দিয়া কাৰ্য্য