twig (English) [ IPA: ˈtwɪg ASM: টৱিগ]
Contributed by: Sarthe Teron Milik (ছাৰ্থে টেৰন মিলিক) on 2010-10-18
1. Botany(Material Noun-Neuter) a sharp pointed tip on a plant, stem or leaf. উদ্ভিদ, কাণ্ড বা পাতৰ জোঙাল শীৰ্ষ বা আগ।
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-08
2. (Material Noun-Neuter) a twig, piece of bamboo or wood thrown up to get fruits from tall trees fallen off ওখ গছৰ পৰা ফল পাৰিবলৈ ওপৰলৈ মাৰি পঠিওৱা গছৰ ডাল, বাঁহ বা কাঠৰ সৰু টুকুৰা