truth (English) [ IPA: ˈtruːθ ASM: ট্ৰুথ]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-01-28
    1. (Abstract Noun) a statement that can be proved or has been proved to be valid and factual. প্ৰকৃত তথ্যৰ ওপৰত আধাৰিত বা তথ্য-ভিত্তিক বুলি প্ৰমাণ কৰিব পৰা বা কৰা বক্তব্য।
    Contributed by: Krishangi Gogoi on 2021-11-21
    2. (Abstract Noun) The basic cause, source, or origin of something কোনো ঘটনা বা পৰিস্থিতিৰ মূল কাৰক