tributary (English) [ IPA: ˈtrɪbjəˌteriː ASM: ট্ৰিবিউটেৰি]
    1. Geology(Material Noun-Neuter) A stream that flows into a larger stream or other body of water. এনে এখন নদী যি অন্য এখন আপেক্ষিকভাৱে ডাঙৰ নদীত গৈ পৰেগৈ
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-01
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Verbal Adj.) a person or nation that pays tribute in acknowledgment of subjugation or the like. আন এক ৰজাৰ অধীন বা আন এজন ৰজাক কৰ দিয়া ৰাজ্য।