speed (English) [ IPA: ˈspiːd ASM: স্পিড]
    Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
    1. (Abstract Noun) swiftness of motion গতিৰ ক্ষিপ্ৰতা বা খৰ অৱস্থা
    2. Physics(Abstract Noun) A scalar quantity the change of position of a given point in space per unit time. কোনো বিন্দুৰ প্ৰতি একক সময়ত হোৱা স্থানৰ পৰিবৰ্তনৰ হাৰৰ এক অদিশ ৰাশি৷