sir (English) [ IPA: ˈsər ASM: চাৰ]
1. (Common Noun-Masculine) a respectful or formal term of address used to a man পুৰুষক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা এক সন্মানসূচক বা আনুষ্ঠানিক শব্দ
Contributed by: Partha P Sarmah on 2006-03-17
2. (Abstract Noun) a title used for an honourable man in UK বৃটেইনত পুৰুষক প্ৰদান কৰা এক সন্মানজনক ৰাজকীয় উপাধি