scar (English) [ IPA: ˈskɑr ASM: স্কাৰ]
Contributed by: Biraj Kumar Kakati on 2008-01-09
1. (Abstract Noun) a mark, indentation, figure, etc., produced by pressure. কিহবাৰ ওপৰত হেঁচা খোৱাৰ ফলত বহা চিন, এক বৰণীয়া বস্তুত আন বৰণীয়া বস্তুৰ চিন
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-09
2. (Abstract Noun) A mark remaining on the skin or an organ from the wound. শৰীৰৰ কোনো অঙ্গৰ চালত খোঁচ লাগি হোৱা ঘাঁ৷