rise (English) [ IPA: ˈraɪz ASM: ৰাইজ]
    Contributed by: PS on 2006-04-25
    1. (Verbal Noun) the act of assuming an upright position especially from lying, kneeling, or sitting; to appear above the horizon; moving upward; increasing in height, size, volume, or pitch শুই বা পৰি থকা, আঁঠু কাঢ়ি থকা অথবা বহি থকা অৱস্থাৰ পৰা থিয় হোৱা কাৰ্য্য; দিগন্তত দেখা দিয়া; ওপৰৰ ফালে গতি কৰা; উচ্চতা, আকাৰ, পৰিমাণ বা প্ৰাৱল্য বৃদ্ধি হোৱা
    Contributed by: Rupankar Mahanta on 2006-04-25
    2. (Abstract Noun) Increse in power and status, upward progress ক্ষমতা, শক্তি আদিৰ বৃদ্ধি হোৱা৷
    Contributed by: Himasri Das on 2023-08-22
    3. (Verb-Trans.) to become juicy by growing old or matured বুঢ়া বা পূৰঠ হৈ কোমল ৰসযুক্ত হ বা বৰণ সলনি হ
    English:
    Mising:
    Khasi:
    Mizo (Lushai):