proof (English) [ IPA: ˈpruːf ASM: প্ৰুফ]
    1. (Abstract Noun) a material or logic that establishes a fact to be true কোনো বস্তু অথবা যুক্তি যি এক ধাৰণাক সত্য বুলি প্ৰতিস্থা কৰে
    Contributed by: Ranjita Pegu on 2006-03-17
    2. (Abstract Noun) any material that proves a crime অপৰাধ সাব্যস্ত কৰিব পৰা যিকোনো বস্তু