pinnyo birne (Mising) [ Roman: pin.yo bir.ne]
Contributed by: Himasri Das on 2022-12-05
c. Abstract Noun: financewealthঅৰ্থদৌলতধন...
d. Verb-Intran.: prosperআঢ্যবন্ত হ্ঐশ্বৰ্য্যশালী হ্চহকী হ্ধনী হ্...
1. (Proper Adj.-Common) one who possesses lots of money and wealth যাৰ বহু ধন-সম্পত্তি আছে৷
English:
Assamese:
অদীন অৰ্থবান অৰ্থী অৰ্থৱন্ত অৱস্থাপন্ন আটন্তিয়াৰ আঢ্য আঢ্যবন্ত আঢ্যৱন্ত ইলাহী ঐশ্বৰ্য্যশালী ঐশ্বৰ্যৱান গাভী গাহিলা চহকী টনকিয়াল টনকীয়াল দৌলতদাৰ দৌলতদাৰী ধনশালী ধনাঢ্য ধনিক ধনিষ্ঠ ধনী ধনৱন্ত ধনৱান বিত্তশালী বিত্তৱান যোত্ৰবন্ত যোত্ৰবান লক্ষ্মীমন্ত লক্ষ্মীমান লক্ষ্মীৱন্ত লক্ষ্মীৱান সমৃদ্ধ সমৃদ্ধিশালী সম্পদশালী সম্পদশীল সাৰ্থ স্বচ্ছল ৰাহিয়াল
Mising:
Garo:
Meeteilon:
Karbi:
Hmar:
Dimasa:
TAI-Ahom:
Deori:
Antonyms:
a. Proper Adj.: destituteimpoverishedindigentpennilesspoor...Different POS:
b. Verb-Trans.: enrichধনী কৰ্ধনৱান কৰगोनां खालामनायganang khlai...c. Abstract Noun: financewealthঅৰ্থদৌলতধন...
d. Verb-Intran.: prosperআঢ্যবন্ত হ্ঐশ্বৰ্য্যশালী হ্চহকী হ্ধনী হ্...
Contributed by: Himasri Das on 2022-12-05
2. (Proper Adj.-Common &/or Masculine) having a lot of knowledge and wisdom gained after serious studies and understanding- e.g. a learned professor; connected with or for learned, scholarly people-e.g. a learned response/journal যথেষ্ট পঢ়া শুনা আৰু অধ্যয়নৰ পৰা (কাৰিকৰী বিষয়ৰ ক্ষেত্ৰত ইয়াৰ লগতে অনুশীলনী)অৰ্জা জ্ঞানৰ লগতে চিন্তা চৰ্চা কৰিব পৰা আৰু বোধশক্তিত চহকী লোক ৷ জ্ঞানী বা পণ্ডিত লোকৰ সৈতে জড়িত |