hero (English) [ IPA: ˈhiːroʊ ASM: হিৰ’]
    1. (Common Noun-Common) a man of distinguished courage or ability, admired for his brave deeds and noble qualities বিশিষ্ট সাহস আৰু সামৰ্থ্য থকা লোক, যাক তেওঁৰ সাহসী কৰ্ম আৰু নৈতিক গুণৰ বাবে সকলোৱে আদৰ কৰে
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-04-03
    2. Performing Art(Common Noun-Common) the principal character in a play, movie, novel or poem এখন নাটক, বোলছবি, উপন্যাস বা কবিতাৰ মুখ্য চৰিত্ৰ