dong among (Mising) [ Roman: dong among]
    Contributed by: Himasri Das on 2023-01-26
    1. Geology(Material Noun-Neuter) the third planet of the solar system where the known biosphere exists. বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ

    English:
    Bishnupriya Manipuri:
    Kok-Borok:
    Nagamese:
    TAI-Phake:
    TAI-Turung:
    Singpho:

    Different POS:

    a. Proper Adj.: globalworld wideগোলকীয়জগত-জোৰাবিশ্বজুৰি...
    b. Abstract Noun: globalizationগোলকীকৰণবিশ্বায়ন...

    Related Idea:

    c. Abstract Noun: worldজগতদুনিয়াবিশ্বভৱলোক...
    Contributed by: Harshita Hazarika on 2022-10-19
    2. (Abstract Noun) The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.). ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷

    Description
    Assamese:
    অক্ষয়ধাম অক্ষয়লোক অনন্তধাম অনন্তপুৰম অমৃতলোক অময়াপুৰী অমৰধাম অমৰনগৰ অমৰলোক অমৰালয় অমৰাৱতী অমৰ্ত্যভুৱন অমৰ্ত্যলোক অলকাপুৰী আনন্দধাম আনন্দলোক ইন্দ্ৰপুৰী ইন্দ্ৰলোক ইন্দ্ৰসভা ইন্দ্ৰালয় ইন্দ্ৰৰাজ্য ঊৰ্দ্ধলোক ঊৰ্ধ্বলোক ঋভুক্ষ গোলোক ত্ৰিদশালয় ত্ৰিদিৱ তৱিৰ্ষ দিব দিব্যধাম দিব্যলোক দীপ্তক দেৱনিকায় দেৱপুৰ দেৱপুৰী দেৱভূমি দেৱভৱন দেৱলোক দেৱসভা দেৱালয় দ্ৰাপ ধ্ৰুৱলোক নিজানন্দ নিত্যধাম পুণ্যলোক পৰম্পদ বিষ্ণুপুৰী বেহেস্ত বৈকুণ্ঠ বৈকুণ্ঠপুৰী শক্ৰভৱন শান্তি-ধাম সুখাধাৰ সুধৰ্মসভা সুধৰ্মা সুৰপুৰ সুৰপুৰী সুৰলোক সুৰসদন সুৰালয় সুৱালয় স্বঃ স্বাৰাজ্য স্বৰগ স্বৰ্গ স্বৰ্গধাম স্বৰ্গপুৰী স্বৰ্গলোক স্বৰ্গৰাজ্য সৰগ সৰ্গ
    Meeteilon:
    Karbi:
    Dimasa:
    Kaubru (Reang):
    TAI-Phake:
    Tutsa:

    Antonyms:

    a. Abstract Noun: abyssacherongehennahellpurgatory...

    Different POS:

    b. Proper Adj.-Common: celestialdivinegodlikegodlyheavenly...

    Related Idea:

    c. Abstract Noun-Neuter: hadesপৰলোকলোকান্তৰসিপুৰীगोथै थाग्रा जायगा...