☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
cowboy
(English)
[
IPA:
cowboy
ASM:
কাউবয়]
1.
(Common Noun-Masculine)
A villager, especially adolescent who tends the cattle of the village and takes them out to graze. গৰু চৰাবলৈ লৈ যোৱা মানুহ ৷ সাধাৰণতে গৰু চৰাবলৈ লৈ যোৱা ডেকা ল’ৰা ৷
English:
cattleman
cowboy
cowherd
cowman
herdsman
Assamese:
অহীৰ
আভীৰ
গো-চাৰক
গোপ
গোপ-বালক
গোপাল
গোপালক
গোৰক্ষ
গোৰক্ষক
গৰখীয়া
গৰু-ৰখীয়া
পশুপালক
বত্স-পাল
বল্লৱ
ৰাখোৱাল
Bodo:
आहुलि
लाउखार
लावखार
TAI-Ahom:
লিং হু
Different POS:
a. Common Noun:
cow
গবী
গো
গৰু
मोसौ
...