biba (Garo)
    Contributed by: Mousumi Konwar on 2023-05-29
    1. Chemistry(Material Noun-Neuter) any air like substance i.e. neither liquid nor solid. বতাহৰ দৰে আকাৰ নথকা আৰু খোলা পাত্ৰত আবদ্ধ কৰি ৰাখিব নোৱাৰা পদাৰ্থ৷

    Biba (Dimasa)
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-02-02
    2. (Abstract Noun) the act of asking for something to be given or done, esp. as a favor or courtesy; solicitation or petition কোনো কাৰ্য্য কৰাৰ বাবে বা কিবা দিয়াৰ বাবে কৰা অনুৰোধ, বিশেষকৈ সৌজন্যতা বা সহায় হিচাপে