atom (English) [ IPA: ˈætəm ASM: এটম্]
1. Modern Physics(Material Noun-Neuter) The smallest component of an element having the chemical properties of the element যিকোনো এটা মৌলৰ নিজ ধৰ্ম বা গুণ বহন কৰা ক্ষুদ্ৰতম অংশ
atom (Garo)
Contributed by: Mousumi Konwar on 2023-05-17
2. Anatomy(Material Noun-Neuter) the front or under part of a vertebrate body from the breastbone to the pelvis, containing the abdominal viscera মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সমুখৰ বা তলৰ অংশ, বক্ষাস্থিৰ পৰা তলপেটলৈকে, য’ত পাচন-তন্ত্ৰ আৰু অন্য অংগ কেতবোৰ সোমাই থাকে ৷