angle of incidence (English) [ IPA: ˈɪnsədəns ASM: এংগল অৱ ইনচিডেন্স]
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-12-05
    1. Physics(Abstract Noun) the angle formed by a ray or wave, as of light or sound, striking a surface and a line perpendicular to the surface at the point of impact শব্দ বা পোহৰৰ দৰে তৰংগ বা ৰশ্মিয়ে কোনো পৃষ্ঠত পৰোঁতে বা আঘাত কৰোঁতে ই পৃষ্ঠখনৰ আঘাত কৰা বিন্দুত উলম্ব ৰেখা এডালৰ সৈতে সৃষ্টি কৰা কোণটো

    Related Idea:

    a. Verbal Adj.: incidentআপতিত...