-ডৰা (Assamese)
dfc: উঁই, উইচিৰিঙা, ওকণি, গোবৰণি, জিকা, ডনিকনা, তিতাফুল, ধনিয়া, ধনিয়া-শাক, শাক পাচলি, সৰিয়হ
ডৰা (Assamese) [ Roman: do.ra]
Contributed by: Partha P Sarmah on 2010-02-14
1. (Common Noun-Neuter) a measurment of some size of (agricultural) land (খেতি) মাটিৰ আকাৰ, জোখ, পৰিমাণ বুজোৱা৷ যেনেঃ এডৰা খেতি; মাটি দুডৰাত খেতি ভাল হৈছে৷