ৰেহৰূপ (Assamese) [ Roman: reh.rup]
    Contributed by: papori gogoi on 2008-01-03
    1. (Abstract Noun) feelings towards something কোনো বস্তু বা বিষয়ৰ প্ৰতি থকা অনুভৱ
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-10-19
    2. (Proper Noun-Neuter) the mode of doing anything. কাম কৰিবৰ দিহা বা প্ৰকাৰ, যিদৰে যি কাম কৰিব লাগে, তাৰ নিয়ম ৷