ৰত্নগৰ্ভ (Assamese) [ Roman: rot.no.gor.bho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-26
1. (Material Noun-Neuter) a salt water body that cover the greater part of the earth's surface. পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
English:
Assamese:
অকূল অতল অব্ধি অম্বুধি অম্বুনিধি অম্বুপ অম্বুপতি অম্বুভৃৎ অম্বুমান অম্বুৰাশি অম্বোদ অম্ভোধি অৰ্ণৱ ইন্দুজনক ইৰাৱত ইৰাৱান উদধি উৰ্মিমালী কুস্তভ ক্ষীৰোদ ক্ষীৰোদধি ক্ষৌণীপ্ৰাচীৰ জলধি জলধৰ জলাৰণ্য জলেন্দ্ৰ জলেশ জলেশ্বৰ জয়াধিপ তিমিকোষ তোয়ধি তোয়নিধি তৱিৰ্ষ দভ্ৰ দ্বীপী ধৰণীপ্লৱ নদীকান্ত নীলাম্বু নীলাম্বুধি নীৰধি নীৰনিধি পুৰণ প্ৰচেতা পয়োধি পয়োনিধি বাৰিধৰ বাৰীন্দ্ৰ বাৰীশ মকৰাকৰ মকৰাময় মহাকচ্ছ যাদঃপত যাদসাম্পতি সমুদ্ৰ সাগৰ সিন্ধু সৰিৎপতি সৰ্পি হিৰণ্যদ ৰত্নগৰ্ভ ৰত্নগৰ্ভা ৰত্নাকৰ
Bodo:
Mising:
Khasi:
Garo:
Bishnupriya Manipuri:
Karbi:
Kok-Borok:
Hmar:
Nagamese:
Dimasa:
TAI-Ahom:
Different POS:
a. Proper Adj.: marinemaritimenauticalসমুদ্ৰজসমুদ্ৰজাত...Higher Magnitude:
b. Abstract Noun: oceanকুপাৰকূপাৰপাৰাবাৰবাৰিধি...Super Idea:
c. Common Noun-Neuter: baygulfউপসাগৰलैथोसाka kdong...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. (Proper Noun-Masculine) according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva. হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।