হৰ্ষান্বিত (Assamese) [ Roman: hor.xa.nwit]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-25
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Proper Adj.-Common) Enjoying, showing, or marked by pleasure, satisfaction, or joy আনন্দ, সন্তুষ্টি বা আমোদ প্ৰকাশ কৰা, উপভোগ কৰা অথবা দেখুওৱা