হেলন (Assamese) [ Roman: he.lon]
    1. (Abstract Noun) A deviation from the horizontal or vertical. লম্ব বা ভূ-সমান্তৰাল অৱস্থাৰ পৰা বিচ্যুতি
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-09
    2. (Abstract Noun) lack of consideration or respect for something কিহবাৰ প্ৰতি সন্মান বা বিবেচনাৰ অভাৱ