হতাশ (Assamese) [ Roman: ho.tax Origin: সং. (হেম১৩)]
Contributed by: Bikram M Baruah on 2007-05-24
b. Verb-Trans.: disappointনিৰাশ কৰ্বিচলিত কৰ্বিমুখ কৰ্হতাশ কৰ্...
1. (Proper Adj.-Common) depressed or discouraged by the failure of ones hopes or expectations আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা
English:
Assamese:
Bodo:
Example Sentences:
1. পৰীক্ষাত ভাল নম্বৰ নোপোৱাত তাই হতাশ হৈ পৰিছিল।Different POS:
a. Abstract Noun: cheerlessnessdejectiondepressiondespairdisappointment...b. Verb-Trans.: disappointনিৰাশ কৰ্বিচলিত কৰ্বিমুখ কৰ্হতাশ কৰ্...