সম্ভাষণ (Assamese) [ Roman: xom.bha.xon]
    Contributed by: Sudipta Kumar Gogoi on 2006-09-04
    1. (Abstract Noun) a speech or written statement, usually formal, directed to a particular group of persons কোনো ব্যক্তি সমষ্টিৰ উদ্দেশ্যে আনুষ্ঠানিকভাৱে আগবঢ়োৱা এক মৌখিক বা লিখিত বক্তব্য
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
    2. (Verbal Noun) The manner in which someone is greeted. ঘৰলৈ বা আন কোনো অনুষ্ঠানলৈ অহা মানুহক কৰা সম্ভাষণ |