☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
সন্মানজনক
(Assamese)
[
Roman:
xon.man.jo.nok]
Contributed by:
ৰূপকমল
on 2007-03-30
1.
(Proper Adj.-Common)
commanding respect because of great age or impressive dignity বয়স বা প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে সন্মান পোৱাৰ যোগ্য
English:
honourable
respectable
respectful
venerable
Assamese:
অনৱ
অৰ্চনীয়
আদৰণীয়
আৰাধনীয়
উপাসনীয়
গণ্য
গণ্য-মান্য
নমস্য
পূজনীয়
পূজাৰ্হ
পূজ্য
পূজ্যপাদ
পৰমপূজ্য
বন্দনীয়
বন্দ্য
বৰণীয়
বৰেণ্য
ভক্তিভাজন
ভজনীয়
মহামানী
মহামান্য
মাননীয়
মান্য
মান্যবৰ
লোকমান্য
শ্ৰদ্ধাভাজন
শ্ৰদ্ধাযুক্ত
শ্ৰদ্ধাস্পদ
শ্ৰদ্ধাৱান
শ্ৰদ্ধেয়
সন্মানজনক
সন্মানীয়
Bodo:
मान गोनां
सनमान दिन्थिनाय
सिबिथाव
Meeteilon:
ikai khumning ngai oiba
upadhi
Mizo (Lushai):
zahawm
Dimasa:
gedemah
lekha-gnang
maan-gnang
TAI-Ahom:
চাৱ টাঙ্
জুঙ্ মাট্
Deori:
চ্চু
পুজি-জিৰি
Different POS:
a. Abstract Noun:
compliment
epithet
esteem
honor
honour
...
Related Idea:
b. Proper Adj.-Common &/or Masculine:
চিৰনমস্য
...