সন্ধান (Assamese) [ Roman: xon.dhan]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-24
    1. (Abstract Noun) A knowledge or understanding of something hidden. কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-06-15
    2. (Abstract Noun) The act of looking for something as a part of an investigation এক তদন্তৰ অংশ হিচাপে কোনো তথ্য বা বস্তু বিচৰা কাৰ্য্য