সন্তপ্ত (Assamese) [ Roman: xon.top.to]
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-29
    1. (Proper Adj.) In mourning because of the death or any other grief of a relation esp by a familygrief. নিজ পৰিয়ালৰ বা আত্মীয় কোনো ব্যক্তিৰ মৃত্যু অথবা অন্য দুখৰ বাবে শোক কৰি থকা|
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-29
    2. (Verbal Adj.) mentally hurt due to some reasons. কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।