শিপা (Assamese) [ Roman: xi.pa]
    co.adj: ঘাই~, দীঘল~, plc: -বিলাক, -বোৰ, -সমূহ, dfc: -খিনি, -ডাল
    1. Anatomy(Material Noun-Neuter) the underground growth (of a plant) that keeps the plant in the ground and supplies nutrients (এজোপা গছৰ) মাটিৰ তলত হোৱা বৃদ্ধি, যি গছজোপাত মাটিত ধৰি ৰাখে আৰু পুষ্টি যোগায় ৷