লয় (Assamese) [ Roman: loy]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-09
    1. (Abstract Noun) the act of completely destroying or defeating. সম্পূৰ্ণৰূপে ধ্বংস বা পৰাস্ত কৰা কাৰ্য্য।
    Contributed by: Rupankar Mahanta on 2006-08-23
    2. (Abstract Noun-Neuter) movement or procedure with uniform or patterned recurrence of a beat, accent, or the like নিৰ্দ্দিষ্ট সময়ৰ অন্তৰে-অন্তৰে নিয়মীয়াকৈ পুনৰাবৃতি হোৱা লৰচৰ বা প্ৰক্ৰিয়া