লুহুৰী (Assamese) [ Roman: lu.hu.ri]
    Contributed by: Mousumi Konwar on 2023-04-13
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    1. (Proper Adj.) Having or indicating good health in body or mind; free from infirmity or disease. শৰীৰ আৰু মনৰ স্বাস্থ্য বৰ্ত্তি থকা, অৰ্থাত্ ৰোগ বা বিকাৰ মুক্ত।
    Contributed by: Mousumi Konwar on 2023-04-13
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    2. (Proper Adj.) Characterized by rich or profuse growth বেছিকৈ ডাল পাত ওলাই বাঢ়া