লিগিৰী (Assamese) [ Roman: li.gi.ri]
    fm: লিগিৰা, plc: -বিলাক, -বোৰ, dfc: -জনী
    Contributed by: Partha P Sarmah on 2007-03-18
    1. (Common Noun-Feminine) a female domestic servant kept to do the dirty and boring jobs in a house ঘৰৰ কাম বন কৰা ছোৱালী বা তিৰোতা; সাধাৰণতে লেতেৰা, আমনি লগা কামবোৰ যাৰ হতুৱাই কৰোৱা হয়