যম (Assamese) [ Roman: jom]
Contributed by: Bikram M Baruah on 2008-11-20
1. Religious-Mythological(Proper Noun-Masculine) The king who is the regent of death; The Hindu deity of death. মৃত্যুৰ অধিপতি দেৱতা ৷
Contributed by: Bikram M Baruah on 2008-11-20
b. Proper Adj.-Neuter: deadlifelessঅপহতগতায়ুগতায়ুষ...
2. (Abstract Noun) the state of not having life প্ৰাণ নোহোৱা হৈ যোৱা অৱস্থা
Assamese:
অনন্ত-পথ আয়ুপাত আয়ুশেষ ইন্তেকাল ইহলীলা সম্বৰণ উৎক্ৰমণ এন্তেকাল কালগ্ৰাস কালান্তক চিৰনিদ্ৰা চিৰশান্তি জীৱন-পতন জীৱনান্ত তিৰোধান তিৰোভাৱ দেহ-ত্যাগ দেহান্ত দেহাৱসান দেহৰক্ষা নিধন নিৰ্যাণ পঞ্চত্বপ্ৰাপ্তি প্ৰাণ-ত্যাগ প্ৰাণ-প্ৰয়াণ প্ৰাণহানি প্ৰাণান্ত প্ৰয়াণ পৰলোক গমন পৰলোক-প্ৰাপ্তি ফৌত্ বৈকুণ্ঠগামী বৈকুণ্ঠপ্ৰয়াণ মহানিদ্ৰা মহাপ্ৰস্থান মহাপ্ৰয়াণ মহাযাত্ৰা মহাশয়ন মৃত্যু মোক্ষপ্ৰাপ্তি মৰণ যম স্বৰ্গগতি স্বৰ্গগমন স্বৰ্গলাভ স্বৰ্গাৰোহণ স্বৰ্গাৰোহন স্বৰ্গী হত
Garo:
Meeteilon:
Bishnupriya Manipuri:
Mizo (Lushai):
Nagamese:
Dimasa:
TAI-Ahom:
Rabha:
Tiwa:
Deori:
TAI-Phake:
TAI-Khamti:
TAI-Turung:
Singpho:
Different POS:
a. Verb-Intran.: dieexpireঅনন্ত ধামলৈ গতি কৰ্ইহলীলা সম্বৰণ কৰ্ইহলোক সামৰ্...b. Proper Adj.-Neuter: deadlifelessঅপহতগতায়ুগতায়ুষ...
Related Idea:
c. Abstract Noun-Neuter: hadesপৰলোকলোকান্তৰসিপুৰীगोथै थाग्रा जायगा...Super Idea:
d. Abstract Noun: সলিল-সমাধি...Contributed by: Bikram M Baruah on 2008-11-20
3. (Common Noun) a person who is hostile to another person or a country