যত্ন (Assamese) [ Roman: jot.no]
    alt: যতন
    1. (Abstract Noun) Attentive assistance or treatment to those in need যাক প্ৰয়োজন তেওঁক মনোযোগেৰে সৈতে সহায় বা নিৰাময় কৰা
    Contributed by: Bikram M Baruah on 2006-03-30
    2. (Abstract Noun) act often repeatedly done to achieve a predefined goal পূৰ্ব-নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ অৰ্থে বাৰে-বাৰে কৰা কাৰ্য্য

    Example Sentences:

    1. তেখেতক কথাটো বুজাবলৈ বহুত যত্ন কৰিছিলো কিন্তু তেওঁ নুবুজিলে।

    Different POS:

    a. Verb-Trans.: attempttryচেষ্টা কৰ্প্ৰচেষ্টা কৰ্প্ৰয়াস কৰ্...

    Related Idea:

    b. Verbal Noun: toilঅহোপুৰুষাৰ্থ...