মৰিয়া (Assamese) [ Roman: mo.riya]
    fm: মৰিয়ানী
    Contributed by: Biraj Kumar Kakati on 2009-10-01
    1. (Verb-Trans.) To beat or strike with stout stick. টাঙোন বা মাৰিৰে কোবাই আঘাত কৰ্ ৷
    Contributed by: Biraj Kumar Kakati on 2008-05-16
    2. (Common Noun-Common &/or Masculine) A person who makes articles of brass; a class of Mohammedans who makes brass vessels in Assam. পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা এক শ্ৰেণীৰ লোক; পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা অসমৰ এক শ্ৰেণীৰ মুছলমান |