মাষ্টৰ (Assamese) [ Roman: mas.tor]
    fm: মাষ্টৰনী
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-06-15
    1. (Common Noun-Common) A person who imparts knowledge to others as a profession. জীৱিকাৰ বাবে বা বৃত্তি হিচাপে আনক জ্ঞান দান কৰা লোক।