মনোভাৱ (Assamese) [ Roman: mo.no`.bhab]
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-01
    1. (Abstract Noun-Neuter) Natural way of thinking with tendancy to like or dislike certain things. কেতবোৰ বস্তু ভাল বা বেয়া পোৱাৰ প্ৰৱণতাৰে সৈতে চিন্তাৰ স্বাভাৱিক ধৰণ|
    Contributed by: Barnali Deuri Bora on 2010-07-30
    2. (Abstract Noun) feelings towards something কোনো বস্তু বা বিষয়ৰ প্ৰতি থকা অনুভৱ