মদন (Assamese) [ Roman: mo.don]
    Contributed by: Anjali Sonowal on 2009-12-21
    1. Religious-Mythological(Proper Noun-Masculine) Hindu god of love and erotic desire. হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
    Contributed by: Mousumi Konwar on 2023-03-29
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    2. (Verbal Noun) Uncontrolled or illicit sexual desire or appetite. তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|